ৰমন মেগছেছে বঁটা:: দুই ভাৰতীয় টি এম কৃষ্ণাই আৰু বেজৱাড়াই জিনিলে

এছিয়াৰ সৰ্বোচ্চ সন্মান ৰমন মেগাছেছে বঁটা দুই ভাৰতীয়লৈ আগবঢ়োৱা হৈছে। চলিত বৰ্ষৰ বাবে এই বঁটা লাভ কৰিছে বিখ্যাত শাস্ত্ৰীয় সংগীত শিল্পী টি এম কৃষ্ণাই আৰু মানৱ অধিকাৰ কৰ্মী বেজৱাড়াই। এওঁলোকৰ লগতে এই বঁটা লাভ কৰিছে ফিলিপাইনছৰ কনচিটা কাৰপিঅ' মৰেলছ , ইণ্ডোনেছিয়াৰ ডমপেট ধুৱাফা, লাওচাৰ ভিয়েন্টিয়ানে ৰেছকিউ গ্ৰুপ আৰু জাপানৰ অভাৰচীছ কো অপাৰেচন ভলন্টিয়াৰ্ছে। ফিলিপাইনছৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ৰমন মেগাছেছেৰ সোঁৱৰণ বিগত ১৯৫৭ চনৰ পৰা এছিয়াৰ জনতাৰ বাবে নিস্বাৰ্থ ভাবে কাম কৰা নাগৰিক বা গোটক এই বঁটা দি অহা হৈছে ।

Share on Google Plus

About Unknown

0 comments:

Post a Comment