NRC ত প্ৰমাণ পত্রত জালিয়াতি::: জেললৈ গাওঁবুঢ়া

দৰংৰ দলাগাওঁ থানাৰ অন্তৰ্গত দৰং বজাৰ গাঁৱৰ চৰকাৰী গাওঁবুঢ়া ছিৰাজুল হকে জন্মৰ প্ৰমাণ পত্ৰ জালিয়াতি কৰাৰ অপৰাধত জেললৈ যাব লগাত পৰিছে। NRCত প্ৰয়োজনীয় জন্মৰ প্ৰমাণ পত্ৰ গাওঁবুঢ়াজনে  চাৰি পাছ শ টকাৰ বিনিময়ত বনাই দিছিল। তেওঁ তেনেকৈ দিয়া সজল ঘোষ নামৰ ব্যক্তিজনৰ জন্মৰ প্ৰমাণ পত্ৰ NRC কৰ্তৃপক্ষই পৰীক্ষা কৰাত ভুৱা বুলি প্ৰমাণিত হোৱাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে।

Share on Google Plus

About Unknown

0 comments:

Post a Comment