দুৰ্ঘটনাত পতিত হোৱাৰ পিছতো যন্ত্ৰণাত ক্লীষ্ট মাতৃয়ে সন্তানক দুগ্ধ পান কৰাৰ এই ফটোখন দেখি ডঃ ভূপেন হাজৰিকাৰ সেই গীতটোলৈ মনত পৰিল----- "আই তোক কিহেৰে পূজিমে"
**** আই তোক কিহেৰে পূজিমে ***
*************************************************
আই তোক কিহেৰে পূজিমে
আই তোৰ চৰণে দুখনি
আই অ কিহেৰে পুজিমে তোক
আই অ জীৱন দি পূজিমে তোক
*************************************************
আই তোক কিহেৰে পূজিমে
আই তোৰ চৰণে দুখনি
আই অ কিহেৰে পুজিমে তোক
আই অ জীৱন দি পূজিমে তোক
আই তোৰ মৰমী কোলাতে
আই মই জনমে লভিলো
আই তোৰ কিহেৰে শুজিমে ধাৰ
আই অ জীৱন দি শুজিমে ধাৰ
আই মই জনমে লভিলো
আই তোৰ কিহেৰে শুজিমে ধাৰ
আই অ জীৱন দি শুজিমে ধাৰ
আই অ আই
শ্যামলী কোলাতে পাহাৰে-ভৈয়ামে
খেলিলো কতনা খেলা
আই তোৰ মৰমবোৰ নিগৰি
আই অ লুইত হৈ বাগৰে
আই অ শান্তি সাগৰলৈ বুলি
আই অ মহামিলনলে বুলি.......
শ্যামলী কোলাতে পাহাৰে-ভৈয়ামে
খেলিলো কতনা খেলা
আই তোৰ মৰমবোৰ নিগৰি
আই অ লুইত হৈ বাগৰে
আই অ শান্তি সাগৰলৈ বুলি
আই অ মহামিলনলে বুলি.......
Marvelous creation.
ReplyDelete