বিশ্বত্ৰাস ইছলামিক ষ্টেটৰ মূৰব্বী কুখ্যাত আবু বকৰ অল বাগদাদী আমেৰিকা আৰু সহযোগী কেবাখনো দেশৰ সমূহীয়া বিমান আক্ৰমণত নিহত হৈছে । আইছিছৰ স্বীকৃত আৰৱী সংস্থা ' আল আমাক'ৰ উদ্ধতি দি ইৰাণৰ চৰকাৰী সংবাদ মাধ্যম আৰু তুৰস্কৰ 'য়েনিছ চফক' দৈনিক কাকতৰ বাতৰিত এই কথা প্ৰকাশিত হৈছে।

0 comments:
Post a Comment