ৰাজসাহায্য ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য তেল কোম্পানী বিলাকে সোমবাৰে অস্বাভাৱিক হাৰত বৃদ্ধি কৰে। প্ৰতিটাে চিলিণ্ডাৰৰ মূল্য একে কোবতে ৩৮.৫০ টকা বৃদ্ধি কৰা হয়।কালি মাজনিশাৰে পৰা এই নতুন মূল্য হাৰ কার্যকৰী হৈছে ।
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment