বলিউডৰ বিখ্যাত অভিনেতা মিথুন চক্ৰৱৰ্তী বৰ্তমান গুৰুতৰ ভাৱে অসুস্থ হৈ আমেৰিকাৰ লছ এঞ্জেলচত চিকিৎসাধীন হৈ আছে। প্ৰায় ৬৬ বছৰীয়া মিথুনে ২০০৯ চনত Luck নামৰ চিনেমাখনৰ চুটিং কৰোতে পিঠিত আঘাত পাইছিল । সেয়া বৰ্তমানো ঠিক নোহোৱাত তাৰেই চিকিৎসা কৰিব লগা হয় অভিনেতা গৰাকী। তেওঁ এই মাহৰ শেষৰ ফালে মুম্বাইলৈ উভতি অহাৰ সম্ভৱনা আছে।
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment