আজি পদ্মশ্ৰী শিল্পী প্ৰতিমা পাণ্ডেৰ জন্ম দিন::

গোৱালপৰীয়া লোক গীতৰ সম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডেৰ আজি জন্ম দিন। ওপজা দিনত শিল্পী গৰাকীক শ্ৰদ্ধাৰে সোঁৱৰিছো তেখেতৰ এটি কাল জয়ী গীতেৰে::::
******************************************
আৰে গেইলে কি আসিবেন মোৰ মাহুত বন্ধু ৰে
আৰে  গেইলে কি আসিবেন মোৰ মাহুত বন্ধু  ৰে ...
হস্থীৰ নড়াণ, হস্থীৰ চড়াণ,  হস্থীৰ গলায় দড়ী
অহৰে  সত্য কৰিয়া ক'নৰে
কোন বা  দেশে বাড়ী ৰে ...
আৰে  গেইলে কি আসিবেন মোৰ মাহুত বন্ধু ৰে ..
হস্থীৰ নড়াণ, হস্থীৰ চড়াণ,  হস্থীৰ পায়ে  দড়ী
অহৰে . সত্য কৰিয়া ক‍ইলাং কথা
গৌউউউৰি পুৰে বাড়ী ৰে ..
গেইলে কি আসিবেন মোৰ মাহুত বন্ধু ৰে ..
তোমৰা গেইলে কি আসিবেন মোৰ মাহুত বন্ধু ৰে .
তোমৰা গেইলে কি আসিবেন মোৰ মাহুত বন্ধু ৰে ..
খটু খুটু মাহুত ৰে  তোৰ গালে চাপা দাড়ি ...
অহৰে  সত্য কৰিয়া ক'নৰে মাহুত
ঘৰে এইএইইইই ক‍ই জন নাৰী  ৰে ....
গেইলে কি আসিবেন মোৰ মাহুত বন্ধু ৰে .
তোমৰা গেইলে কি আসিবেন মোৰ মাহুত বন্ধু ৰে ..
হস্থীৰ নড়াণ, হস্থীৰ চড়াণ, চম্পা নদীৰ পাৰে অহৰে .
সত্য কৰিয়া ক‍ইলাম তোমাক বিয়াইইইইআও নাই হয় মোৰে ৰে
গেইলে কি আসিবেন মোৰ মাহুত বন্ধু ৰে .
তোমৰা গেইলে কি আসিবেন মোৰ মাহুত বন্ধু ৰে ..
তোমৰা গেইলে কি আসিবেন মোৰ মাহুত বন্ধু ৰে ..
গেইলেলেলেলে ... কি আসিবেনননননন ...
অ অ অ অ অ মোৰৰ  মাহুত বন্ধু ৰে ,, ,,,
তোমৰা গেইলে কি আসিবেন মোৰ মাহুত বন্ধু ৰে .
তোমৰা গেইলে কি আসিবেন মোৰ মাহুত বন্ধু ৰে .

Share on Google Plus

About Unknown

0 comments:

Post a Comment