জয় হিন্দ :::মাত্ৰ আপোনাৰ এটকাই কৰিব পাকিস্তানক কৰিব ধাৰাশায়ী

আপোনাৰ ১ টকায়ে পাকিস্তানক কৰিব ধাৰাশায়ী!
খুচুৰা ১ টকায়ে কৰি তুলিব ভাৰতক super power!
আপোনাৰ জেপৰ পৰা উলিওৱা এটকাই কৰিব চমৎকাৰ!
এতিয়া আপুনি খুদ নিজেই সলনি কৰিব পৰিব হিন্দুস্তানৰ ভাগ্য…!
এটা মাহতে আপুনি গঢ়ি তুলিব পৰিব ভাৰতক মহাশক্তিশালী!
এটা মাহতে সৰ্ব শক্তিমান হৈ উঠিব ভাৰতীয় সেনা!
ভাৰতীয় সেনাত সংযুক্ত হ'ব ১৩০ কোটী সৈন্য!
সচাঁয়ে-
এটকা খুচুৰাই ভাৰতক কৰি তুলিব Super power!
*****1 ₹₹₹₹₹₹₹₹₹₹₹₹₹₹₹₹₹₹₹₹₹₹₹₹₹₹₹******
স্বাগতম বন্ধুসকল…
     মানুহে কথাতে কয় অকলে একো কৰিব নোৱাৰি, ৰাইজে নখ জুকাৰিলে নৈ বয়৷ এই কথাকে সাৰুগত কৰি চৰকাৰে ৰাইজৰ সহযোগত এনে এটা কাম কৰি দেখুৱাব বিচাৰিছে যিটো আমি সম্ভৱ কৰি তুলিব পাৰো মাত্ৰ এটকাৰ জৰিয়তে৷
    যদিহে আপুনি Super power কৰি তুলিব বিচাৰে ভাৰতক তেন্তে ১ মাহতে গঢ়ি তুলিব পাৰে!
যদি আপুনি কৰি তুলিব বিচাৰে ভাৰতীয় সেনাক বিশ্বৰ ভিতৰতে সৰ্বশক্তিমান তেন্তে আপুনি এমাহতে কৰি তুলিব পৰে!
   এতিয়া আপুনিও পূনপটীয়াকৈ ভাৰতীয় সেনালৈ অৰ্থ সাহায্য পঠাব পাৰে৷
আপুনি জানি আচৰিত হ'ব যে যদি আপুনি ১ টকাকৈ জমা কৰে তেন্তে চমৎকাৰ হৈ যাব৷
আহকচোন চাওঁ কেনেকৈ ভাৰতক গঢ়ি তুলিব পাৰি Super power!
ভাৰত চৰকাৰৰ Super planত চীনও হচকীত হৈ পৰিছে!
Super plan ত পাকিস্তানো চিন্তিত হৈ পৰিছে!
এচিয়া মহাদেশত Bos হ'বলৈ গৈছে ভাৰত!
হয়!
আপুনি ঠিকেই ধৰিছে-এয়া কোনো কল্পনা নহয়-
ভাৰতীয় সেনা ইমানেই শক্তিশালী হ'বলৈ গৈ আছে যে চীন,পাকিস্তানৰ কথা বাদেই, খুদ আমেৰিকাতো এই খবৰটো পাই হাইৰাণ হৈ পৰিছে৷
ইমানখিনি সম্ভৱ একে ৰাতিৰ ভিতৰতে হৈ পৰিছে৷ কিয়নো ভাৰতীয় সেনাত এনে এটা মন্ত্ৰ আহি পৰিছে যিটোয়ে ভাৰতক গৌৰাম্বিত তথা শক্তিশালী কৰি তুলিব পাৰিব৷
প্ৰতিজন ভাৰতীয়ই হৈ পৰিব ভাৰতীয় সেনাৰ একোজন অংশীদাৰ৷
এই কথা কিয় কব বিচাৰিছো বাৰু?
কেনেকৈ হ'ব ভাৰতীয় সেনা সৰ্বশক্তিমান?
তেন্তে ইয়াৰ উত্তৰ হ'ব-
90552010165915
   ভাৰতীয় সেনাৰ এয়া কোনো চিক্ৰেট ক'ড নহয়, এয়া হ'ল এটা বেংক একাউন্টৰ নম্বৰহে৷ যিটো ভাৰতীয় সেনাৰ বাবে খুলা হৈছে৷ আৰু এতিয়া আপুনি হাজাৰ মাইল দূৰত থাকিও সেনাক সহায় কৰিব পাৰে৷
     চৰকাৰী সূত্ৰত প্ৰকাশ যে এনে ধৰণৰ আগত কোনো ব্যৱস্থা কৰা নাছিল যদিও যুদ্ধৰ সময়ত National Difance Fund নামেৰে এটা একাউণ্ট খুলা হৈছিল,তাত মানুহৰ সহায়-সহযোগিতা যথেষ্ট সন্তোষজনক আছিল৷ ১৯৬২ ত চীন-ভাৰতৰ যুদ্ধতো জনসাধাৰণে বহু আগ্ৰহেৰে দান বৰঙণি আগবঢ়াইছিল৷ কিন্তু একেধাৰে এনে কোনো ধৰণৰ একাউন্টৰ ব্যৱস্থা নাছিল৷ সেয়ে চৰকাৰে পূণ প্ৰথমবাৰৰ বাবে অৰ্থ সংগ্ৰহৰ ব্যৱস্থা হাতত লৈছে৷ এই ব্যৱস্থাটো ৬ মাহ,১ বছৰৰ ভিতৰত উদ্দেশ্যৰ সফলতা পোৱা যাব বুলি প্ৰকাশ পাইছে৷
     দৰাচলতে চৰকাৰে " Army welfare fund battle causalities" নামেৰে ভাৰতীয় সেনাৰ বাবে Syndicate Bank ত এটা Account খুলিছে৷ ইয়াত জনসাধাৰণৰ সহযোগিতা বিছাৰি এটা একাউন্টৰ আৰম্ভনি কৰিছে৷
     যিকোনো ব্যক্তিয়ে ১ টকাৰ পৰা লাখ টকা প্ৰযন্ত এই একাউন্টত টকা জমা কৰিব পৰিব৷ আৰু এই জমা হোৱা টকা পূনপটীয়াকৈ ভাৰতীয় সেনাৰ প্ৰতিৰক্ষা বিভাগলৈ যাব৷
    প্ৰতিজন ভাৰতীয়ৰ বাবে এয়াই পূন সুযোগ বুলিব পাৰি দেশৰ বাবে কিবা কৰাৰ-
     আচলতে ১৩০ কোটী ভাৰতীয়ই যদি এবাৰ এই বেংকত টকা জমা কৰিবলৈ আৰম্ভ কৰি দিয়ে তেন্তে পাকিস্তানৰ শুৱা-খোৱা নোহোৱা হৈ যাব৷ কিয়নো পাকিস্তানৰ প্ৰতিৰক্ষাৰ বাবে খৰচ কৰা বাজেটৰ ধন যিমানখিনি হয় সিমানখিনি টকা এক সপ্তাহতে উক্ত একাউন্টত জমা হ'ব৷ ইমানখনি টকাত ভাৰত হৈ পৰিব এচিয়াৰ ভিতৰতে Bos.
হয়! মাত্ৰ ১ টকা ৷ দিনে ১ টকাকৈ যদি ভাৰতীয় সেনাৰ একাউণ্টত জমা হয় তেন্তে হিন্দুস্তান Super power হোৱাত কোনেও বাধা দিব নোৱাৰে৷
     আহক এই ৰিপৰ্টৰ পৰা জানো- কেনেকৈ আপোনাৰ জেপৰ পৰা উলিওৱা ১ টকা খুচুৰাই হিন্দুস্তানক চীনতকৈ বহুগুনে শক্তিশালী কৰি তুলিব পাৰে-
১ টকাতে পোৱা যাব ৪০০ খন যুজাৰু বিমান
১ টকাতে পোৱা যাব ১১০০ খন যুজাৰু হেলিকপ্তাৰ
১ টকাতে পোৱা যাব ২৫০০ খন ৱেটল টেংক অৱৰাম
১ টকাতে পোৱা যাব ৯০০০ ব্ৰক্ষ্মাস্ত্ৰ মিচাইল
১ টকা খুচুৰাই কেনেকৈ Super Power বনাব ভাবি প্ৰতিজনে আচৰৰিত হৈ পৰিছে৷
   আপোনাক বিতং তথ্যৰে জনাওঁ আহক-
কেনেকৈ প্ৰতিদিনে ভাৰতীয় সেনাৰ accountত জমা হোৱা ১ টকায়ে ভাৰতক শক্তিশালী কৰি তুলিব পাৰে-
     বৰ্ত্তমান ভাৰত বৰ্ষৰ জনসংখ্যা প্ৰায় ১৩০ কোটী
প্ৰতিদিনে যদি প্ৰতিজন ভাৰতীয়ই ১ টকাকৈ জমা কৰে তেন্তে ১৩০ কোটী টকা এদিনতে জমা হ'ব৷ এটা মাহত ১ টকাকৈ প্ৰতিদিনে জমা কৰিলে প্ৰায় ৩৯০০ কোটী টকা জমা হ'ব৷ ঠিক একেদৰে ১টকাকৈ যদি ১ বছৰলৈ প্ৰতিজনে জমা কৰে তেন্তে ৪৬,৮০০ কোটী টকা জমা হ'ব৷
      আপুনি জানি আচৰিত হ'ব যে পাকিস্তানৰ প্ৰতিৰক্ষাৰ বছৰেকীয়া বাজেট ৪৭ হাজাৰ কোটী টকা আৰু ভাৰতীয় প্ৰতিৰক্ষাৰ বাজেট ২ লাখ ৫৮ হাজাৰ কোটী টকা অৰ্থাৎ প্ৰায় পাকিস্তানতকৈ ৭ ভাগ বেছি৷
     এতিয়া কব গলে আমি জমা কৰা ১ টকাকৈ এবছৰত যিমান টকা হ'ব, সিমানখিনি টকা পাকিস্তানৰ প্ৰতিৰক্ষাৰ বাজেটৰ সমান হ'ব৷
:
:
   এতিয়া আপুনি নিজেই অনুমান কৰক যি এটকাৰে এগিলাচ পানী কিনিবলৈ পোৱা নাযায় সেই এটকাৰে কেনেকৈ চুবুৰীয়া দেশকেইখনৰ বাবে হ'ব পৰে বিপদৰ বাৰ্তা?
:
:
      চৰকাৰে বাজেটৰ পূৰ্ণতা পূৰাবলৈ আৰু বিশেষকৈ ভাৰতীয় সেনাৰ শক্তি বৃদ্ধি কৰিবলৈ এনে ধৰণৰ পদক্ষেপেৰে যি সকলে ভাৰতীয় সেনাক শ্ৰদ্ধা আৰু সহায় আগবঢ়াব বিচাৰে তেনে ব্যক্তিয়ে এই অভিযানৰ যোগেদি বিশেষ সুবিধা গ্ৰহণ কৰিবলৈ সুযোগ পাব বুলি চৰকাৰী পক্ষই দাবী কৰে৷
     যদি প্ৰতিজন ভাৰতীয়ই মাহেকত ১০০ টকাকৈ জমা কৰে তেন্তে পাকিস্তানৰ প্ৰতিৰক্ষা বাজেটতকৈ তিনিগুন বেছি বাঢ়ি যাব৷ প্ৰতিমাহে প্ৰতিজন ভাৰতীয়ই যদি ১০০ টকাকৈ জমা কৰে তেন্তে মাহেকত হ'বগৈ ১৩,০০০ কোটী টকা৷ এই হিচাপেৰে যদি চাওঁ তেন্তে বছৰেকত হ'বগৈ ১ লাখ ৫৬ হাজাৰ কোটী টকা৷
    জানি আচৰিত হ'ব যে ইমান খিনি টকা যদি ভাৰতীয় সেনালৈ আহে তেন্তে ইমানেই বেছি বাৰুদৰ ভাণ্ডাৰ হ'ব যিখিনি আমেৰিকা,ৰুচ আদি দেশতো নহ'ব৷ সেইদৰে চীনো এই ক্ষেত্ৰত বহুত তললৈ নামি যাব৷
গ্ৰাফিক্সৰ জৰিয়তে মন কৰক-
   ১ লাখ ৫৬ হাজাৰ কোটী টকাৰে ভাৰতীয় সেনালৈ কি কি বাৰুদ আহিব-
      চাৱক এই ৰিপৰ্টৰ জৰিয়তে-
* SU30 sukhoi ৰ দাম ৩৫০ কোটী টকা, সেনাই এনেধৰণৰ ৪০০ খন যুজাৰু বিমান ক্ৰয় কৰিব পৰিব৷
* এখন Light combat হেলিকপ্তাৰৰ মূল্য ১৩৫ কোটী টকা, সেনাই এনেধৰণৰ প্ৰায় ১১০০ খন যুজাৰু হেলিকপ্তাৰ কিনিবলৈ সক্ষম হ'ব৷
* এখন ৱেটল টেংক অৱৰামৰ দাম ৬০ কোটী টকা, এনেধৰণৰ এই টকাৰে প্ৰায় ২৫০০ খন টেংক ক্ৰয় কৰিব পৰা যাব৷
* এখন ভাৰতীয় অৰ্জুন টেংকৰ মূল্য হ'ব প্ৰায় ৫৫ কোটী টকা, এনেধৰণৰ এই টকাৰে প্ৰায় ২৮০০ খন টেংক সেনাই লব পাৰিব৷
* এটা ব্ৰক্ষ্মাস্ত্ৰ মিচাইলৰ দাম ১৮ কোটী টকা, এনেধৰণৰ ৯০০০ টা ব্ৰক্ষ্মাস্ত্ৰ মিচাইল ভাৰতীয় সেনাই লব পাৰিব৷
:
:
এতিয়া আপুনি নিজেই অনুমান কৰকচোন-
      যেতিয়া ইমানখিনি শক্তি ভাৰতীয় সেনাত বৃদ্ধি পাব তেতিয়া শত্ৰু পক্ষই কিমান সময়ৰ বাবে টিকি থাকিব পাৰিব৷ সেয়ে এই এটকীয়া সূত্ৰৰ জৰিয়তে আমাৰ দেশে Super power হৈ ৰৱ বুলি ধাৰণা কৰা হৈছে৷
     এয়া সম্ভৱ হ'ব কেৱল আপোনাৰ ১ টকাৰ সহযোগিতাৰ যোগেদি৷ আপোনাৰ এখুজ সহযোগিতাই ভাৰতীয় সেনাক কৰি তুলিব পৰা হ'ব বিশ্বৰ সৰ্বশক্তিমান দেশ৷ লগতে এই কথা কেইটাও জনাটো জৰুৰী যে - কেনেদৰে দেশভক্তিৰ এই অভিযানত অংশীদাৰ হ'ব পৰা যায়? ক'ত বেংকৰ একাউণ্ট আছে? কেনেদৰে টকা পঠিয়াব পাৰি আৰু কোনে চৰকাৰলৈ চিঠি দি এই পৰামৰ্শটো দিছিল?
    যোৱা ১৯ জুলাইত ৰাজেন্দ্ৰ গুপ্তাই চৰকাৰলৈ এই পৰামৰ্শ সূচক চিঠিখন পঠাইছিল যাৰ ফলত চৰকাৰে এই অভিযানটোক সফল ৰূপ দিবলৈ আৰম্ভণি কৰে এটা বেংকৰ একাউণ্ট-
সেই বেংকটোৰ নাম - Syndicate Bank
ঠিকনা- South Block, New Delhi-110011
Account name- "Army welfare fund battle causalities"
Account no.- 90552010165915
IFSC code- SYNB0009055
       এইটো এনে এটা Account যিটোৱে ভাৰতীয় সৈন্যক বহুত বেছি শক্তিশালী কৰি তুলিব পাৰে৷ আপুনি যদিও হাজাৰ মাইল দূৰত আছে কিন্তু এই একাউণ্ট নম্বৰত টকা জমা কৰি দেশ সেৱাৰ লগতে ভাৰতীয় সেনাক সহায় কৰিব পাৰিব৷ টকা জমা কৰিবলৈ হ'লে Syndicate Bank ৰ যিকোনো শাখাত Diposit কৰাৰ লগতে cheque বা online transactionৰ যোগেদিও পঠিয়াব পাৰিব৷৷
        【 আপোনাৰ মতামত কামনা কৰিলো৷】
           (প'ষ্টটো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব৷)
ধন্যবাদেৰে-
জয় হিন্দ৷৷ জয়তু ভাৰত জননী৷৷
- অনুপম দেউৰী, jiwanbaranupam.wordpress.com
Share on Google Plus

About Unknown

0 comments:

Post a Comment