১২ ঘণ্টীয়া বিটিএডি বন্ধত কেইবাটাও বিক্ষিপ্ত ঘটনা। কোকৰাঝাৰৰ গোসাইগাঁৱত বন্ধ সমৰ্থকৰ তাণ্ডৱ। ৰাজপথত ৬খন ট্ৰাকত অগ্নিসংযোগ বন্ধ সমৰ্থকৰ। আদিবাসী নেশ্যনেল কনভেনচন কমিটীয়ে চিৰাঙত প্ৰশাসনে চলোৱা উচ্ছেদৰ বিৰোধিতাৰে আহ্বান কৰিছিল বন্ধৰ। ইফালে, নাইগাঁও ৰেঞ্জৰ দুটাকৈ বন বিভাগৰ কাৰ্যালয়ত অগ্নিসংযোগ বন্ধ সমৰ্থনকাৰীৰ। শিলজান ফৰেষ্ট নাৰ্ছাৰী কাৰ্যালয় আৰু ধলমাৰা খণ্ড বন কাৰ্যালয়ত অগ্নিসংযোগ ক্ষুব্ধ প্ৰতিবাদকাৰীৰ। অগ্নিকাণ্ডত বহু নথি-পত্ৰ, এখন মটৰ চাইকেল, চাইকেলো ভস্মীভূত হয়।
বিটিএডিৰ বন্ধত বিক্ষিপ্ত ঘটনা:: গাড়ীত অগ্নি সংযোগ
১২ ঘণ্টীয়া বিটিএডি বন্ধত কেইবাটাও বিক্ষিপ্ত ঘটনা। কোকৰাঝাৰৰ গোসাইগাঁৱত বন্ধ সমৰ্থকৰ তাণ্ডৱ। ৰাজপথত ৬খন ট্ৰাকত অগ্নিসংযোগ বন্ধ সমৰ্থকৰ। আদিবাসী নেশ্যনেল কনভেনচন কমিটীয়ে চিৰাঙত প্ৰশাসনে চলোৱা উচ্ছেদৰ বিৰোধিতাৰে আহ্বান কৰিছিল বন্ধৰ। ইফালে, নাইগাঁও ৰেঞ্জৰ দুটাকৈ বন বিভাগৰ কাৰ্যালয়ত অগ্নিসংযোগ বন্ধ সমৰ্থনকাৰীৰ। শিলজান ফৰেষ্ট নাৰ্ছাৰী কাৰ্যালয় আৰু ধলমাৰা খণ্ড বন কাৰ্যালয়ত অগ্নিসংযোগ ক্ষুব্ধ প্ৰতিবাদকাৰীৰ। অগ্নিকাণ্ডত বহু নথি-পত্ৰ, এখন মটৰ চাইকেল, চাইকেলো ভস্মীভূত হয়।

0 comments:
Post a Comment