বায়েকক ধৰ্ষণ কৰা ধৰ্ষণকাৰীৰ কটা মূৰলৈ থানাত হাজিৰ ভায়েক::

হায়দৰাবাদত এক লোম হৰ্ষক ঘটনা সংঘটিত হৈছে। বায়েকক  ধৰ্ষণ কৰা বাবে ধৰ্ষণকাৰীৰ ডিঙি কাটি হাতত মূৰ লৈ আৰক্ষী থানাত উপস্থিত হ'ল ভায়েক। হায়দৰাবাদৰ ঘটনা এয়া। যদিও তেখেতে আইন হাতত তুলি ল'লে তথাপিতো মই তেখেতে কৰা কৰ্মক সমৰ্থন কৰিছো। এইবাবে সমৰ্থন কৰিছো যে বিশ্বত যিহে ধৰ্ষণকাৰীৰ উপদ্ৰৱ তেনেকুৱা কৰিলেহে যদি অলপ কমে।
His sister was rapped so her brother cut the rapist head and came to #Police station ����
https://m.facebook.com/dhirajgogoi2021/

Share on Google Plus

About Unknown

0 comments:

Post a Comment