
বন ধ্বংসৰ দৰে অসৎ কাৰ্য্য কৰি ডি এফ অ মহৎ তালুকদাৰ সম্প্ৰতি জেলৰ ভাত খাব লগাত পৰিছে। এনে বহু মহৎ বিষয়া কিন্তু এতিয়াও বন বিভাগত আছে। এনেবোৰ মহৎক পিঞ্জৰাবদ্ধ কৰিব পাৰিলেহে বন ধংস ৰোধ হোৱাৰ লগতে কাজিৰঙাৰ আপুৰুগীয়া গড় কেইটা ৰক্ষা পৰিব।

Reviewed by Unknown
on
13:11:00
Rating: 5
0 comments:
Post a Comment