পূর্বৰ চৰকাৰে সুৰাৰ বিপণীত কিছু সীমাবদ্ধতা আৰােপ কৰিছিল যদিও বিজেপি নেতৃত্বাধীন সুৰা বিক্ৰীৰ ব্যৱস্থা কৰিছে। ৰাজ্য চৰকাৰৰ আবকাৰী বিভাগৰ নির্দেশমৰ্মে বুধবাৰৰ পৰা ৰাজ্যৰ সুৰা বিপণীসমূহ পূৱা এঘাৰ বজাৰ পৰা খোলাৰ ব্যৱস্থা কৰা হয়। পূৰ্বৰ কংগ্ৰেছ চৰকাৰে দিনৰ দুই বজাৰ পৰা নিশা দহ বজালৈ সুৰা বিপণী খোলাৰ নির্দেশনা জাৰি কৰিছিল। কিন্তু নতুন ৰাজহ লোকচানৰ অজুহাতত বুধবাৰৰ পৰা সুৰা বিপণী খোলাৰ নতুন সময়সূচী বলৱৎ কৰে। মাহৰ প্রথম আৰু অন্তিমটাে দিনত বাহাল ৰখা ভ্ৰাই ডে’ৰ ব্যৱস্থাও উঠাই দিছে নতুন চৰকাৰে। এতিয়াৰে পৰা মাহৰ প্রথম আৰু অন্তিমটাে দিনতো সুৰা বিপণীসমূহ খোলা থাকিব। ইয়াৰ বিপৰীতে আবকাৰী বিভাগে শংকৰদেৱৰ জন্মোৎসৱৰ দিনটাে "ড্রাই ডে’ৰূপে ঘোষণা কৰিছে।
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment