ভেজাল চুলাই মদ খাই উত্তৰ প্ৰদেশত ২৪ জন লোকৰ মৃত্যু হৈছে।এই ঘটনা সংঘটিত হৈছে এটোৱাৰ লহাৰী দৰ্জা আৰু লুখেৰা গাওঁত। যোৱা শুক্ৰবাৰে নিশা এইসকল লোকে ভেজাল চুলাই মদ খোৱাৰ পিছত এইদৰে মৃত্যুক সাৱটিব লগা হয়। ইয়াৰ বাবে মূল অভিযুক্ত শ্ৰীপাল নামৰ মদ বেপাৰী জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। আনহাতে এনে অধৈধ কাৰ্য্য ৰোধ কৰিব নোৱাৰাৰ বাবে আবকাৰী আৰু আৰক্ষীৰ ১১ জন বিষয়া-কৰ্মচাৰীক চাকৰিৰ পৰা নিলম্বিত কৰা হৈছে বুলি জিলা দণ্ডাধীশ অজয় যাদবে সংবাদ মাধ্যমক জানিবলৈ দিয়ে।
Home / Uncategories / উত্তৰ প্ৰদেশত ভেজাল চুলাই মদ খাই ২৪ জনৰ মৃত্যু :: ১১ জন আবকাৰী- আৰক্ষীক নিলম্বিত
Subscribe to:
Post Comments
(
Atom
)
0 comments:
Post a Comment